" ভাৰতবৰ্ষত প্ৰচলিত জ্যোতিষ ব্যৱস্থাটোৰ ব্যাখ্যাৰ পদ্ধতি সমুহ বেলেগ বেলেগ | দক্ষিনৰ পদ্ধতি উত্তৰৰ লগত নিমিলে, উত্তৰৰ পদ্ধতি পূৱ ভাৰতৰ লগত নিমিলে | অসমত প্ৰচলিত জ্যোতিষ পদ্ধতিৰ তত্ব সমুহ অতি পুৰণিকলিয়া আৰু চলিত সময়ৰ লগত ফেৰ মাৰিৱ পৰা নহয় | অসমৰ ৯৯% জ্যোতিষী্য়ে প্ৰাচীন পদ্ধতিৰ নীতি সমুহেই চলাই আছে আৰু সৰহ ভাগেই কলিকতাৰ উত্‍পাদন | কিন্তু, সময়ৰ পৰিবৰ্ত্ত্নৰ লগে লগে ব্যৱস্থাটোৰো উন্নতি ঘটিছে | দক্ষিনৰ পদ্ধতি সমুহ যঠেষ্ট উন্নত বুলি মোৰ অভিজ্ঞতাৰ পৰা প্ৰ্তিপন্ন হৈছে | সেয়ে, দক্ষিনৰ বহুবোৰ বিষয় সমগ্ৰ ভাৰতবৰ্ষতে চলিৱ লাগিছে | K P System of Astrology Advanced Stellar System of Astrology হিচাপে সমগ্ৰ পৃথিৱীতে সমাদৰ লাভ কৰিৱ পাৰিছে |"

 

 

" The technique of prediction in Astrology is different in different places of India. The system of North is vary to South, such as, East is differ from North. I have seen that the predictive techniques in Assam, followed by most of the Astrologers completely traditional and out of date. About 99% of them produce from Calcutta who studied few books in Bengali and take the occupation as an Astrologer. Though, most of the prediction akin to ones career or personality, but they are unable to precise. But, every Science passed through refined way, Astrology do also. India followed different items from South, you may see. 

                           K P System, which called as the Advanced Stellar System of Astrology spread all over the world as a unique system of prediction propound by our reverse guruji Krishnamurthy."

 

*******************সঠিক পদ্ধতিত আৰু নিৰ্ভূল সোৱঁৰনী ( K.P. System ) তৈয়াৰ কৰিবৰ বাবে যোগাযোগ কৰিব পাৰে ************************